Science

Bengaluru

দীপাৱলী আৰু অন্যান্য উৎসৱত ব্যৱহাৰ হোৱা ফটকা- আটচবাজীয়ে যথেষ্ট পৰিমাণে বিষাক্ত পদাৰ্থ আৰু ক্ষতিকৰ গেছ নিৰ্গত কৰে। ইয়াৰ ফলত বায়ু প্ৰদূষিত হয় আৰু ই আমাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লীৰ গৱেষক সকলে শেহতীয়াকৈ প্ৰকাশ কৰা এক অধ্যয়নত ফটকা-আটচবাজীৰ ফলত হোৱা অত্যাধিক বায়ু আৰু শব্দ প্ৰদূষণ আৰু আমাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিশ্লেষণ কৰিছিল। এই অধ্যয়নটো জাৰ্নেল অফ হেল্থ এণ্ড পলিউচন  ন

Bengaluru

গোলকীয় উষ্ণতা বৃদ্ধিৰ কথা ক’লে আমাৰ মনলৈ হিমবাহৰ গলন, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আৰু জৈৱ বৈচিত্ৰৰ প্ৰতি ইয়াৰ ভাবুকি আদিৰ কথা আমাৰ মনলৈ আহে। অৱশ্যে ইয়াৰ প্ৰভাৱ আমি ভবাতকৈ বহু বেছি জটিল আৰু ভিন্ন। আমেৰিকাৰ ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক সকলে কৰা এক শেহতীয়া

Bengaluru

বিশ্বব্যাপী কৰা এক অধ্যয়নত গম পোৱা গৈছে যে বেছি চডিয়াম আৰু কম মাত্ৰাত গোটা শস্য আৰু ফল মূলৰ ব্য়ৱহাৰ বেছিভাগ মৃত্যুৰ কাৰণ হৈ পৰে।

Bengaluru

প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অৰুণাচল প্ৰদেশ অতি শীঘ্ৰেই পাহাৰীয়া বৰফময় অঞ্চলত থকা বাঘৰ উপস্থিতিৰ বাবে বিখ্যাত হৈ পৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বন্যজীৱ সংস্থান, ডেৰাডুনৰ গৱেষক সকলে কৰা এক শেহতীয়া অধ্যয়নত পূৰ্বীয় হিমালয়ৰ ৩৬৩০ মিটাৰ উচ্চতাত বাঘৰ উপস্থিতিৰ ফটোগ্ৰাফিক প্ৰমাণ পোৱা গৈছে।

উদ্ভিদ জগতৰ বিভিন্ন সদস্যৰ ভিতৰত পোক পতংগ ভক্ষণ কৰা মাংসভোজী উদ্ভিদ সমূহ আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। উদ্ভিদ জগতৰ প্ৰায় চাৰি লাখ সদস্যৰ মাজত প্ৰায় এক হাজাৰ এনে মাংসভোজী উদ্ভিদ আছে যিয়ে অনুৰ্বৰ মাটিত পোক পতংগ আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে।

আই.আই. টি. বম্বেৰ গৱেষক সকলে পলিমাৰ আধাৰিত আৰু দেহত প্ৰত্য়াৰোপন কৰি ইনচুলিন প্রস্তুত কৰিব পৰা এক কৃত্ৰিম অগ্ন্যাশয় সাজি উলিয়াইছে।

Bengaluru

চিৰিয়াখানা বা অৰণ্য এখনত প্ৰৱেশ কৰাৰ লগে লগে দেখা পোৱা অসংখ্য পহুয়ে আমাৰ মনলৈ এক ধাৰণা আনে যে গোটেই পৃথিৱীত ইহঁতৰ সংখ্যা নিশ্চয় অজস্ৰ হ’ব। কিন্তু বনাঞ্চল  ধ্বংস কৰণ আৰু বৰ্ধিত চিকাৰৰ ফলত ইহঁতৰ সংখ্যা কমি আহিছে। ভাৰতীয় খটীয়া পহু, বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ ৰ অধীনত সুৰক্ষীত এক বিপন্ন প্ৰাণী। এছিয়াৰ বহু ঠাইত বাস কৰা এই সৰু জাতৰ পহু বিধৰ বৈজ্ঞানিক নাম হৈছে এক্সিচ প’ৰচাইনাছ। ভাৰতীয় বন্যজীৱ সংস্থান, ডেৰাডুনৰ গৱেষক সকলে কৰা এক শেহতীয়া অধ্যয়নত উত্তৰ পূৰ্বাঞ্চলত খটীয়া পহুৰ এ

Bengaluru

কপাৰ হৈছে আমাৰ স্নায়ুতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ সঠিক পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় এক  সূক্ষ্ম পোষক। উদ্ভিদৰ বৃদ্ধি আৰু প্ৰজননটো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দেহত কপাৰৰ মাত্ৰা কম হ’লে ৰক্ত আৰু স্নায়ু জনিত ৰোগ হোৱাৰ সম্ভাৱনা থাকে, আনহাতে এতিমাত্ৰা কপাৰৰ উপস্থিতিও দেহৰ বাবে ক্ষতিকাৰক আৰু ইয়ে এল্জেইমাৰ আৰু প্ৰদাহজনক ৰোগ আদিৰ সৃষ্টি কৰিব পাৰে। শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) বোম্বেৰ জীৱ বিজ্ঞান আৰু জৈৱ ইঞ্জিনীয়াৰিং বিভাগত গৱেষণাৰত প্ৰফেছৰ সৌম্য মুখাৰ্জী আৰু তেখেতৰ গৱেষণা দলটিয়ে এটা কাৰ্যক্ষম চেন্সৰ নিৰ্মাণ কৰিছে যিয়ে অতি কম খ

নতুন বছৰ এটা আৰম্ভ হৈ গ’ল যদিও আমি এতিয়াও ২০১৮ চনৰ মধুৰ অভিজ্ঞতা সমূহ সোৱৰণ কৰি আছোঁ। আঞ্চলিক ভাষাত বিজ্ঞানৰ প্ৰচাৰ আছিল ২০১৮ চনৰ আমাৰ এক বিশেষ পৰিকল্পনা।  ইয়াৰ জৰিয়তে বিজ্ঞান ভিত্তিক গল্প সমূহ ভাষাৰ প্ৰাচীৰ ভাঙি দূৰ দূৰণিৰ পঢ়ুৱৈ সকলৰ বাবে উপলব্ধ হ’ল। কানাড়া ভাষাত আৰম্ভ কৰি আমি হিন্দী, মাৰাঠী আৰু অসমীয়া ভাষাত বিজ্ঞান প্ৰচাৰত জনপ্ৰিয়তা অৰ্জন কৰো।  আশা কৰোঁ যে ২০১৯ চনত আমি আৰু ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ম। আগবঢ়াইছোঁ আঞ্চলিক ভাষা সমূহত প্ৰকাশিত আমাৰ আটাইতকৈ জনপ্ৰিয়  কিছু নিৰ্বাচিত লিখনি

Search Research Matters